হাতীক সুমংগলৰ প্ৰতীক, হাতীৰ দৰ্শন শুভদায়ক বুলি বিশ্বাস প্ৰচলিত । পিছে সেই হাতীয়েই অমংগল কঢ়িয়াই আনিব পাৰে ঢকুৱাখনা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী আনন্দ নৰহলৈ ।