Surprise Me!

কংগ্ৰেছে কেৱল মিঞা এলেকাতহে প্ৰচাৰ চলাই আছে : ৰাজ্যিক বিজেপি

2026-03-25 1 Dailymotion

খিলঞ্জীয়াক আশ্বস্ত কৰিব পৰাকৈ কোনো সুস্পষ্ট এজেণ্ডা নাই কংগ্ৰেছৰ । মুখ্যমন্ত্ৰীৰ ব্যাপক প্ৰচাৰৰ সন্মুখত নিষ্প্ৰভ বিৰোধী । সংবাদমেলত বিজেপিৰ ৰাজ্যিক মুখপাত্র কমল কুমাৰ মেধি ।

Buy Now on CodeCanyon