কলগাছিয়াৰ বামুনটাৰীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভাত গৌৰৱ গগৈ । মন্দিয়াত আব্দুল খালেকৰ জয় নিশ্চিত বুলি দাবী কৰে গগৈয়ে ।