শিৱসাগৰত কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ৰাজ্যৰ এখন বহুল প্ৰচলিত দৈনিক বাতৰি কাকত ৷ এই ঘটনাই জোঁকাৰি গৈছে সচেতন মহলক ৷