২৪ নং বৰপেটা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল কৰা হৈছে ৷ বৰপেটাত অগপৰ বিজয়োল্লাস ৷