টেঙানীত জনতাক সম্বোধন কৰি বিৰোধীক সমালোচনা নকৰি পূৰ্বে কৰা কামৰ খতিয়ান দি ৰাইজৰ কাষত উপস্থিত হোৱা বুলি উল্লেখ কৰে বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে ।