কলিয়াবৰত মুখ্যমন্ত্ৰীক সাৱধানবাণী শুনালে অখিল গগৈয়ে । ৰাইজৰ দলৰ অংশীদাৰ থকা চৰকাৰ হ'লে গোটেই জীৱন জে'লত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা ।