তিতাবৰ সমষ্টিত চাৰিগৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা । এইবাৰ আচল নকল বিজেপিৰ কথা ক'লে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীয়ে ।