স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰাণেশ্বৰ বসুমতাৰীয়ে আক্ৰমণ চলায় বিজেপিৰ কৰ্মীকেইজনক ৷ জেকেটৰ ভিতৰত লুকুৱাই অনা খুকুৰী উলিয়াই এজন কৰ্মকৰ্তাক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷