প্ৰতিকূল বতৰকো নেওচি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে গৌৰৱ গগৈয়ে । হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ গগৈ ।