'জুবিনক্ষেত্ৰ' গঢ়া হ'ব বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰৰূপে, কংগ্ৰেছ নেতাৰ ডাঙৰ প্ৰতিশ্ৰুতি
2026-03-29 3 Dailymotion
সোণাপুৰৰ জুবিনক্ষেত্ৰত উপস্থিত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ ৷ কংগ্ৰেছ শাসনলৈ আহিলে জুবিনক্ষেত্ৰ বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ গঢ়াৰ প্ৰতিশ্ৰুতি শিৱকুমাৰৰ ৷