ৰাজনাথ সিঙে মঙলবাৰে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ চলাই দলটোৱে অসমক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যখনক “মাহী আইৰ দৃষ্টিৰে” চোৱা বুলি কয় ।