অসমীয়াতে ৰঙালীৰ ওলগ জনাই বিশ্বনাথত নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ
2026-04-01 5 Dailymotion
বিহালীৰ বৰালীমৰা পথাৰত বিশ্বনাথ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে নৰেন্দ্ৰ মোদীয়ে । অসমীয়াতে ৰাইজক ৰঙালী বিহুৰ ওলগ জনায় প্ৰধানমন্ত্ৰীয়ে ৷