কলিয়াবৰত কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ তৃতীয়বাৰৰ বাবে অসমত এন ডি এৰ চৰকাৰ হ'ব বুলি দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৷