এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বৰচলা সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে ৰিপুণ বৰাক ৷ তেওঁ এসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিও আছিল ৷