যোৰহাটত গৌৰৱ গগৈৰ বৃহৎ বাইক ৰেলী । বাইকত উঠি কেইবাটাও ৱাৰ্ডৰ ভোটাৰৰ কাষলৈ গ'ল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ।