নীতিন নবীনে আশা প্ৰকাশ কৰে যে অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে অহা ৯ এপ্ৰিলত পদুম ছবিত ভোট দি বিজেপিৰ জয় নিশ্চিত কৰিব ৷