বাক্সাৰ জালাহত মানাহ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অখিল গগৈয়ে । মুখ্যমন্ত্ৰীক সমালোচনা অখিল গগৈৰ ।