অসমৰ ৰাজনীতিত দুই কমেডিয়ান কোন ? বিশ্বজিৎ ফুকনে সংবাদমেলত নাম ল’লে দুই নেতাৰ
2026-04-03 10 Dailymotion
বিশ্বজিৎ ফুকনৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে ফুকনে হিমন্ত বিশ্ব শৰ্মাৰ ৰাধাকৃষ্ণ চাহ বাগান চোৱাচিতা কৰিবলৈ আছে । ইয়াৰ প্ৰত্যুত্তৰ দিছে বিশ্বজিৎ ফুকনে ৷