শনিবাৰে চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ১০ লাখ নিবনুৱাক উদ্যোগ গঢ়িবলৈ ৫ লাখকৈ সাহায্য দিয়াৰ ঘোষণা মন্ত্ৰী পীযুষৰ ৷