উত্তৰ কমলাবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত মঞ্চৰ পৰাই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গ’ল বিজেপি প্ৰাৰ্থী ভুৱন গামক ৷