লখিমপুৰত অৰুণাচলৰ মুখ্যমন্ত্রী; এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ পেমা খাণ্ডুৰ
2026-04-04 2 Dailymotion
লখিমপুৰৰ ৰঙানদী সমষ্টিত জয় ভাৰত পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্রীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পাছত শনিবাৰে এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় পেমা খাণ্ডুৱে ।