সোমবাৰে মৰাণলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মৰাণৰ প'ল' ফিল্ডত সভাৰ প্ৰস্তুতি বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।