ডিমৰীয়া সমষ্টিৰ ঘৰে ঘৰে লাগিছে হেনো কঁঠাল ৷ কঁঠালৰ আঠাৰ দৰে ৰাইজৰ লগত লাগি থকাৰ প্ৰতিশ্ৰুতি নিৰ্দলীয় প্ৰাৰ্থী নিতুলৰ ৷