বঢ়মপুৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা । ৫০ হাজাৰতকৈ অধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলায় ।