বিধানসভা নিৰ্বাচনৰ আগলৈকে তেওঁ আছিল আঞ্চলিক দলৰ শক্তিশালী প্ৰাৰ্থী । পিছে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছ প্ৰাৰ্থীৰূপে ।