ৰাজ্যৰ সবাতোকৈ ধনী প্ৰাৰ্থী কৌশিক ৰয়ৰ ভোটদান; বৰাকত বিভিন্ন সমষ্টিৰ বিভিন্ন প্ৰাৰ্থীৰ ভোটদান
2026-04-09 5 Dailymotion
ভোটাধিকাৰ সাব্যস্ত কৰা বৰাকৰ উল্লেখযোগ্য প্ৰাৰ্থীসকল হৈছে কৌশিক ৰয়, ৰাজদ্বীপ গোৱালা, অমৰ চান্দ জৈন, ডাঃ অমিত কালোৱাৰ, আমিনুল হক লস্কৰ, কৰিমউদ্দিন বৰভূঞা আদি ।