নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় প্ৰাংগণত সম্বৰ্ধনা জনোৱা হয় ।