মঙলবাৰে গৰু বিহু ৷ তাঁতশালৰ খিটখিটনি, গছৰ ডালত বহি কুলি-কেতেকীৰ মিঠা বিননি, চৌদিশে কপৌ-তগৰৰ সুগন্ধিয়ে বসন্তৰ উমান দিছে ৷