মাটিৰ মানুহ যিহেতু মাটিতে মিলিত হয়, সেয়ে আজোককাৰ দিনৰ পৰাই বোকা বিহু উদযাপন কৰি অহা বুলি গাঁওবাসীয়ে উল্লেখ কৰে ।