বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি চোৰাং চিকাৰীয়ে এটা দঁতাল হাতীৰ দাঁত গুৰিতে কাটি নিয়া ঘটনাই তিনিচুকীয়া জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।