৯ এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ১৯ নং চাৰ্পো কাথাৰ এলপি স্কুলত তৃতীয় প’লিং বিষয়া ৰূপে দায়িত্বত আছিল কৰ্ণেলিয়াছ কিন্দো নামৰ শিক্ষকজন ৷