ৰেহাই নাপালে অমৃতপালে, এনএছএৰ পৰা মুক্ত হোৱাৰ লগে লগে পুনৰ গ্ৰেপ্তাৰ, ডিব্ৰুগড়তে চলিব জেৰা
2026-04-23 1 Dailymotion
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবন্দী হৈ থকা পঞ্জাবৰ খাদূৰ চাহিব সমষ্টিৰ সাংসদ তথা উগ্ৰ খালিস্তানী সমৰ্থক অমৃতপাল সিঙৰ এনএছএৰ ম্যাদ বুধবাৰে অন্ত পৰে ৷