তিৱাসকলৰ য়াংলি উৎসৱৰ বিষয়ে জানেনে ? ইয়াৰ বিশেষত্ব আৰু পৰম্পৰাৰ বিষয়ে এক অৱলোকন
2026-04-25 4 Dailymotion
তিনিদিনীয়া বিস্তৃত কার্যসূচীৰে উদযাপন কৰা এই উৎসৱত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে । এই উৎসৱক মূলতঃ 'লখিমী আদৰা উৎসৱ' বুলিও জনা যায় ।