দিল্লীত উচ্চ শিক্ষা গ্ৰহণ কৰিও পথাৰৰ মাটিত সোণ উপাদনৰ নীৰৱ প্ৰচেষ্টা গ্ৰীছ দলেৰ
2026-05-01 4 Dailymotion
জোনাইৰ মধ্যপুৰৰ নিবাসী গ্ৰীছ দলে নামৰ যুৱকজনে দিল্লীৰ পৰা উচ্চ শিক্ষা সমাপ্ত কৰাৰ পিছতো কোনোধৰণৰ চৰকাৰী চাকৰি বিচাৰি সময় নষ্ট নকৰি খেতিত মনোযোগ দিয়ে ৷