বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে কাজিৰঙাত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী অখিল গগৈয়ে ।