হোমৰ গুৰিলৈ দৰা-কইনা আহিবলৈ সাজু হোৱাৰ সময়তে বিয়াঘৰত উপস্থিত নলবাৰী জিলা শিশু সুৰক্ষা বিষয়া আৰু এটি আৰক্ষীৰ দল ।