নিহত লোককেইজন লখিমপুৰ জিলাৰ নাওবৈচাৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোকৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷