মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ প্ৰায় ৫০ লাখ পৰিয়াল জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমান মাত্ৰ ২৪ লাখ কৃষকেহে পঞ্জীয়নভুক্ত হৈছে ।