নীটৰ চাপত মানসিকভাৱে জৰ্জৰিত শিক্ষাৰ্থী; শিক্ষাৰ্থী-শিক্ষকৰ মুখেৰে হতাশা আৰু প্ৰত্যাশাৰ কাহিনী
2026-06-18 3 Dailymotion
পৰীক্ষা বাতিল আৰু পুনৰ অনুষ্ঠিত কৰাক লৈ নীট পৰীক্ষাৰ্থীসকলে তীব্ৰ মানসিক চাপৰ মাজেৰে বাট বুলিছো । এই সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ ওপৰত এক বিশেষ প্ৰতিবেদন ।