জুবিনক্ষেত্ৰৰ সেৱিকালৈ মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ, ২১ গৰাকী কৰ্মীক ২৫ হাজাৰ টকাকৈ প্ৰদান
2026-07-06 8 Dailymotion
জুবিন ক্ষেত্ৰত সোমবাৰে অনুষ্ঠিত এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত ডিমৰীয়া সমষ্টিৰ বিধায়ক ডঃ তপন দাসে আনুষ্ঠানিকভাৱে কৰ্মীসকলৰ হাতত আৰ্থিক অনুদানৰ চেক অৰ্পণ কৰে ।