বান-খহনীয়াৰ স্থায়ী সমাধান, দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ব্যৱস্থা, নদী সংৰক্ষণ, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু জোনাইৰ সামগ্ৰিক উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণাৰ দাবী জনাইছে ৷