গুৱাহাটী মহানগৰীকে ধৰি দেশৰ পাঁচখন চহৰত এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ অনুষ্ঠিত হ’ব ৷