বীৰ লাচিত বৰফুকনক লৈ নিৰ্মাণ হ’ব ১৫০ কোটিটকীয়া মেগা বাজেটৰ ছবি ৷ পৰিচালক আদিত্য ধৰৰ সৈতে আলোচনা হিমন্ত বিশ্ব শৰ্মাৰ ৷