নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নামঘৰলৈ ডেৰ লাখ, মছজিদলৈ তিনি লাখকৈ নগদ ধন দিছিল অখিল গগৈয়ে ৷ এই বিস্ফোৰক অভিযোগ কমল কুমাৰ মেধিৰ ৷