ৰাইজৰ সেৱাৰ বাবে ওলাই অহা অসমৰ পঞ্চায়তৰ যুৱপ্ৰজন্মৰ পঞ্চায়ত প্ৰতিনিধিসকলক সজাগ আৰু সচেতন হৈ সেৱাৰ মনোভাৱেৰে কাম কৰাৰ আহ্বান জনালে অতুল বৰাই ।