বশিষ্ঠ চাৰিআলিস্থিত উৰণ সেতুৰ খুঁটাত অংকন কৰা বিজ্ঞানী, পৰিৱেশ কৰ্মী তথা সমাজকৰ্মী সোণম ৱাংচুকৰ প্ৰতিচ্ছবিখন অজ্ঞাত লোকে মচি পেলোৱা বুলি অভিযোগ উত্থাপিত হৈছে ।