টীয়কৰ বানাক্ৰান্তৰ সমস্যাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস
2026-07-22 1 Dailymotion
বুধবাৰে উজনি অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ লয় । টীয়কৰ আশ্ৰয় শিবিৰত বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় ।