কেন্দ্রীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত লখিমপুৰত জিলা কংগ্রেছৰ প্ৰতিবাদ । জিলা কংগ্রেছৰ সভাপতিসহ দুজনক আটক ।