অৰুণাচল সীমান্তত ভাৰতীয় সেনা-পিএলএৰ মুখামুখি অৱস্থানৰ অভিযোগ; অৰুণাচলৰ গৃহমন্ত্ৰীৰ অভিযোগ অস্বীকাৰ
2026-08-06 2 Dailymotion
উজনি সোৱণশিৰি জিলাৰ টাকচিন চাৰ্কলত ভাৰতীয় সেনা আৰু পিএলএৰ মাজত মুখামুখি অৱস্থানৰ অভিযোগ । এই সন্দৰ্ভত সামাজিক মাধ্যমত ছবি আৰু ভিডিঅ' প্ৰচাৰ হৈ আছে ।